মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

সফলতা

২০১৭-১৮ বৰ্ষৰ বাবে এলেকা মতে টকাৰ বিভাজন

২০১৭-১৮ বৰ্ষৰ বাবে এলেকা মতে টকাৰ বিভাজন

ক্ৰম নংআঁচনি/আঁচনিৰ নামটকা (লাখত)
১.FOIGS আঁচনিৰ অন্তৰ্গত পা‌ৱাৰ টিলাৰ বিতৰণ১৫০
২.চাহ জনজাতিৰ ল’ৰা-ছো‌ৱালীলৈ প্ৰাক-মেট্ৰিক জলপানি৬০০
৩.চাহ জনজাতিৰ ল’ৰা-ছো‌ৱালীলৈ পোষ্ট-মেট্ৰিক জলপানি৩০০
৪.উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য৩০০
৫.স্ব-নিয়োজনৰ বাবে ANMৰ প্ৰশিক্ষণ২০০
৬.কেন্সাৰৰ দৰে বেমাৰত ভোগা বেমাৰীলৈ আৰ্থিক সাহাৰ্য৫০
৭.গু‌ৱাহাটী মেডিকেল কলেজ হাস্পতালত চাহ জনজাতিৰ ৰোগীৰ বাবে গেষ্ট হাউচৰ ব্য‌ৱস্থা কৰা১০০
৮.ক্ৰীড়া আৰু যু‌ৱশক্তিৰ বিকাশৰ অৰ্থে৮৫০
(ক্ৰীড়া প্ৰশিক্ষণত ৭০০.০০ লাখ আৰু C.Mত  ১৫০.০০ লাখ)
৯.প্ৰশিক্ষণ সামগ্ৰীৰ ক্ৰয়১০০
১০.চাহ জনজাতিৰ ল’ৰা আৰু ছো‌ৱালীৰ আ‌ৱাসৰ বাবে ফাৰ্নিচাৰ তথা আচ-বাবৰ সামগ্ৰী ক্ৰয়১০০
১১.চাহ জনজাতিৰ সম্প্ৰদায় কেন্দ্ৰৰ আন্ত:গাঠনিৰ বাবে২০০
১২.গ্ৰাম্য পানী যোগান আঁচনি৫০০
১৩.সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু সাংস্কৃতিক ক্ৰিয়া-কলাপৰ উদ্গনিৰ বাবে১৫০
১৪.চাহ জনজাতিৰ কো‌ৱাৰ্টাৰসমূহত ASEBৰ জৰিয়তে বিদ্যুৎ সংযোগ২০০
১৫.সমাজসে‌ৱাৰ বাবে বেচৰকাৰী অনুষ্ঠানলৈ অনুদান৫০
১৬.মহিলা NGO ৰ বাবে অনুদান  (@ Rs. ২৫,০০০/-  টকাকৈ ১,০০০ টা.)২৫০
১৭.শ্বিলং গেষ্ট হাউচ নিৰ্মাণৰ বাবে১৪০
১৮.১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱন বীমাৰ প্ৰিমিয়াম (ATEPFO)১২০
১৯.চাহ জনজাতিৰ শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ১৩ জনলৈ৬৫
২০.চাহ জনজাতিৰ দিব্যাংগ লোকলৈ ১০০০ জনক মাত্ৰ এবাৰলৈ প্ৰদান কৰা ২৫০০০ টকাকৈ১০০
২১.পৰিয়াল পৰিকল্পনা, নৈতিক সজাগতা, স্বাস্থ্য আৰু শিশু/মানুহ সৰবৰাহৰ বিপক্ষে সজাগতা সৃষ্টিৰ উদ্দেশ্যে১০০
২২.গ্ৰন্থ প্ৰকাশ
২৩.অনলাইন আবেদন গ্ৰহণ ব্য‌ৱস্থা১২০
২৪.উচ্চ শিক্ষাৰ প্ৰশিক্ষণ (ক’ছিং)১০০
 সৰ্বমুঠ৪৮৫০

আবেদন আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া:

মহকুমাৰ জনকল্যাণ বিষয়াই প্ৰাৰ্থীৰপৰা আবদেন বিচাৰে আৰু বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাক নিৰ্বাচিত কৰে আৰু তালিকাখন সঞ্চলাকালয়ৰ কাৰ্যালয়ত দাখিল কৰে।

সঞ্চালকালয়ে সেই তালিখাখন SLAC অধ্যক্ষৰদ্বাৰা অনোমোদন কৰো‌ৱায় ।নিৰ্বাচিত উপভোক্তাসকলে আঁচনিবোৰৰ সুবিধা কোনো বিশেষ অনুষ্ঠানযোগে লাভ কৰে (আৰ্থিক সাহাৰ্যৰ ক্ষেত্ৰত ই-ট্ৰেন্সফাৰৰ যোগেদি টকা দিয়া হয়)

২০১৭-১৮ বৰ্ষত গ্ৰহণ কৰা আঁচনিৰ নামউদ্দেশ্যবাজেটপাৰ্থি‌ৱ লক্ষ্য
(টকা)
চাহ জনজাতিৰ বাবে প্ৰাক-মেট্ৰিক জলপানিআঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ নোহো‌ৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভা‌ৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া ।৬০০.০০ লাখ৪৫,০০০ জন শিক্ষাৰ্থী
 
মেট্ৰিক উত্তীৰ্ণ হো‌ৱাৰ পাছৰ জলপানি,আঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ হো‌ৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভা‌ৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া ।৩০০৫,০০০ শিক্ষাৰ্থী
উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহৰ্যএই আঁচনিখনৰ উদ্দেশ্য হৈছে চাহ-জনগোষ্ঠীৰ শিক্ষাৰ্থীয়ে দেশৰ ভিতৰতে বা দেশৰ বাহিৰত উচ্চ শিক্ষা যেনে IIT, IT, MBBS, MBA, ইঞ্জিনীয়াৰিং আৰু এনে ধৰণৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰম যেনে প্ৰশাসন, চিকিৎসাসে‌ৱা, অভিযান্তিক, গ‌ৱেষণা আদিত পঢ়া-শুনা কৰিবৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।৩০০১,০০০
শিক্ষাৰ্থী
উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণএই আঁচনিৰ উদ্দেশ্য হৈছে জাহ জনজাতিৰ অন্তৰ্গত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মেট্ৰিক পৰীক্ষাৰ বাবে আৰু একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰবেশিকা পৰীক্ষা বা তেনেধৰনৰ মেডিকেল আৰু অভিযান্তিক পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাৰ বাবে উপযোগী কৰি তুলিবাৰ বাবে প্ৰশিক্ষণ দিয়া১০০মেট্ৰিক পৰীক্ষাৰ্থী = ২০০০ জন
 XI – XII শ্ৰেণীৰ বাবে = ১০০০ জন
XII শ্ৰেণীৰ  (বাছনি পৰীক্ষাৰ বাবে) = ১০০ জন
অনলাইন এপ্লিকেশ্যন চিষ্টেমএই আঁচনিৰ উদ্দেশ্য হ’ল চাহ –জনজাতিৰ বাবে নিৰ্ধাৰিত বিভিন্ন আঁচনি, জলপানি, আৰ্থিক সাহাৰ্যৰ সুবিধা ল’বৰ বাবে অতি সহজে  শিক্ষাৰ্থে সকলে আবেদন কৰিব পাৰে আৰু টকা-পইচাৰ ই-ট্ৰেন্সফাৰ প্ৰক্ৰিয়া যাতে সোনকালে হ’ব পাৰে ।১২০ ৪৬ টা মহকুমাতে এই ব্য‌ৱস্থাটো সক্ৰিয় কৰা
১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱব বীমাৰ প্ৰিমিয়াম (ATEPFO ত যোগদান কৰা)২ লাখ টকা জী‌ৱন-বীমা পাব পৰাকৈ প্ৰধান মন্ত্ৰী জন সুৰক্ষা বীমা আঁচনি ৰ অধীনত ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱন বীমাৰ প্ৰিমিয়াম (ATEPFO)১২০ATEPFOৰ লগত ১০ লাখ উপভোক্তা সংলগ্ন হৈছে
ক্ৰীড়া আৰু যু‌ৱশক্তিৰ বিকাশৰ বাবে ১৫০ ১ খন ফুটবল টুৰ্ণামেন্ট.
৭০০২ খন ফুটবল আৰু   ২ খন ধনুৰ্বিদ্যা একাডেমী (৩০ জনকৈ প্ৰশিক্ষাৰ্থী প্ৰতিখনতে )  য’ত ১২০-জন ক্ৰীড়া-ব্যক্তিয়ে প্ৰশিক্ষণ লৈ আছে
কেন্সাৰ বা তেনেধৰণৰ  বেমাৰত ভোগা ব্যক্তিলৈ আৰ্থিক সাহাৰ্যটিবি, কেন্সাৰৰ দৰে বেমাৰত ভোগা চাহ জনাজাতিৰ ব্যক্তিৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰা৫০৫০০ জন
সাংস্কৃতিক অনুষ্ঠানলৈ অনুদানসাংস্কৃতিক পৰিচয় ৰক্ষা কৰা, স্থানীয়, ৰাজ্যিক বা মণ্ডল পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান ৰূপায়নৰ বাবে আৰু সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে সাহাৰ্য প্ৰদান কৰা১৫০সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা যেনে নাচ আদি ৩৯ টা মহকুমাত পতা হৈছে । ৰাজ্যিক ভিত্তিক কৰ্মশালা আৰু প্ৰতিযোগিতা পতা হৈছে ।
গ্ৰাম্য পানী-যোগান আঁচনি (গভীৰ দমকল )বিশুদ্ধ আৰু সুৰক্ষিত পানী সে‌ৱনৰ বাবে চাহ বাগিছা অঞ্চলত গভীৰ দমকলৰ যোগান ধৰা৫০০২০টা গভীৰ দমকল
চাহ কৰ্মীৰ কো‌ৱাৰ্টাৰত বিদ্যুৎ সংযোগ দিয়াৰাজ্যখনৰ পিছপৰা চাহ জনাজতিৰ লোকৰ ঘৰত শক্তি বছো‌ৱা এল.ই.ডি. বাল্বৰ যোগান ধৰা । প্ৰতিটো পৰিয়ালক ৯ ‌ৱাট, ১১ ‌ৱাট আৰু ১৫ ‌ৱাটৰ মুঠ তিনিটাকৈ বাল্ব দিয়া হ’ব২০০মুঠ ১,২১,২০০ টা LED বাল্ব ৪০,৪০০ টা পৰিয়ালক দিয়া হয়
চাহ জনজাতিৰ ৰোগীৰ বাবে গু‌ৱাহাটী মেডিকেল কলেজ হাস্পতালত গেষ্ট হাউছৰ ব্য‌ৱস্থা কৰা.মূল উদ্দেশ্য হৈছে গু‌ৱাহাটীত চিকিৎসাৰ বাবে চো‌ৱা চাহ জনজাতিৰ লোকক সুবিধা প্ৰদান কৰা আৰু তেওঁলোকক চিকিৎসাৰ সময়খিনিত থকাৰ সুবিধা দিয়া১০০১ টা ৰোগীৰ গেষ্ট হাউছ GMCH চৌহদত আছে  (১০০ খন বিচনাযুক্ত)
চাহ জনজাতিৰ শ্বহীদৰ পৰিয়াল প্ৰতিটোলৈ ৫ লাখকৈ মুঠ ১৩ টা পৰিয়ালক সাহাৰ্য দিয়া .যিসকলে চাহ জনজাতিৰ বাবে জী‌ৱন দান দি গ’লে তেওঁলোকৰ পৰিয়ালৰ সুবিধাৰ বাবে ১৩ টা পৰিয়ালক এককালীন সাহাৰ্য প্ৰদান কৰা৬৫ .০০১৩ টা শ্বহীদৰ পৰিয়াল
শিশু/মান‌ৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবেইয়াৰ মূল উদ্দেশ্য হ’ল চাহ জনজাতিৰ লোকৰ মাজত শিশু/মান‌ৱ সৰবৰাহ, সুস্বাস্থ্য , পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ বাবে  সজাগতা বৃদ্ধি কৰা১০০ 
১০০০ জন চাহ জনাজতিৰ দিব্যাংগ লোকক ১০০০০ টকাকৈ সাহাৰ্য প্ৰদান কৰাদোকান দি বা অন্য প্ৰকাৰে স্বা‌ৱলম্বন হ’ব খোজা ১০০০ জন চাহ জনজাতিৰ দিব্যাংগ লোকক আৰ্থিক সাহাৰ্য হিচাপে একককালিন ১০০০০টকা দি টনকীয়াল কৰা।১০০১০০০ জন চাহ জনজাতিৰ দিব্যাংগ লোক

সাহাৰ্য দিয়াৰ নিৰিখ

ক্ৰমিক নংবি‌ৱৰণনিৰিখ
১.W ১০,০০০/- প্ৰতিটো SHGক
২.G ১০,০০০/- টকাকৈ
৩.G১০,০০০/- ৰ পৰা  ১,০০,০০০/- (বেমাৰৰ ওপৰত নিৰ্ভৰ কৰিব)
৪.P 
৫.Class - I – V ৩০০/- প্ৰতি বছৰে
৬.Class - VI – VIII৯০০/- প্ৰতি বছৰে
৭.Class – IX – XRs. ৩০০০/- প্ৰতি বছৰে
৮.P 
৯.Class - XI – XIIRs. ৫,০০০/- প্ৰতি বছৰে
১০.Class - TDCRs. ৭,০০০/- প্ৰতি বছৰে
১১.Fনিৰিখ
১২.G ৩৫,০০০/- টকা
১৩.G৩০,০০০/- টকা
১৪.G২৫,০০০/- টকা
টোকা: গ্ৰুপ  B আৰু Cত অন্তৰ্গত পাঠ্যক্ৰম কেইটা যিসকল শিক্ষাৰ্থীয়ে মুক্ত বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকক প্ৰত্যককে ১০০০০/ টকাৰ আৰ্থিক সাহাৰ্য দিয়া হ’ব । আৰু ২০০০০/ টকা ANMপাঠ্যক্ৰমৰ বাবে , আৰু ২৫০০০/- টকা GNM আৰু B.Sc. নাৰ্চিংৰ বাবে প্ৰদান কৰা হ’ব ।