মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

প্ৰয়োজনসমূহ

    • অসমৰ চাহ জনজাতিওৰ লোকসকলৰ সামাজিক অৰ্থনৈতিক উন্নয়ন সাধন কৰা
    • চাহ জনজাতওৰ লোকসকলৰ উচিত নিয়োগৰ সা সুবিধা সমূহ বৃদ্ধি কৰা
    • ভিন্ন স্তৰ যেনে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ আনুষ্ঠানিকতা বিস্তাৰ কৰা ।
    • প্ৰাথমিক প্ৰয়োজনসমূহ যেনে স্বাস্থ্য আৰু অনাময়-ব্য‌ৱস্থা, পায়খানা, বিশুদ্ধ খো‌ৱাপানী,বিদ্যুৎ আদিৰ যোগানৰ বাবে অন্য বিভাগৰ লগত সমন্বয় স্থাপন কৰা ।
    • চাহ জনজাতিৰ বসতিপূৰ্ণএলেকাত অন্য বিভাগে ৰূপায়ন কৰা অন্য বিকাশৰ আঁচনিসমূহৰ চো‌ৱাচিতা কৰাটো এই বিভাগে কৰে ।
    • মহিলাসকলক আত্মসহায়ক গোট স্থাপনৰ বাবে সজাগ কৰি তুলিবলৈ স্বেচ্ছাসে‌ৱী সংগঠনকে ধৰি অন্য সংগঠনৰ লগত সমন্‌বয় ৰক্ষা কৰা ।
    • চাহ বাগিছাত প্ৰকৃতি-বন্ধুসম কৰ্মৰ পৰি‌ৱেশ গঢ়ি তুলিবৰ বাবে চাহ বাগিছাৰ কৰ্তৃপক্ষৰ লগত সমন্বয় বজাই ৰখা আৰু চো‌ৱাচিতা কৰা ।
    • চাহ জনজাতিৰ সম্পৰ্কিত ইকোনো বিযয় সোনকালে নিস্পত্তি কৰিবৰ বাবে চৰকাৰী বিভাগ আৰু ভিন্ন অনুষ্টানৰ মাজত সৌহাৰ্দপূৰ্ণ সম্বন্ধ গঢ়ি তোলা ।