মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ল’ৰা আৰু ছো‌ৱালীৰ বাবে ছাত্ৰা ৱাস তথা ছাত্ৰীনি‌ৱাস

  • ল’ৰা আৰু ছো‌ৱালীৰ বাবে আছুতীয়া আ‌ৱাস ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত গঢ়ি তোলা হৈছে । চিলচৰ, হাইলাকান্দি,কৰিমগঞ্জ, শ্ৰীৰামপুৰ , গোঁসাইগাওঁ, মৰাণ, মাৰ্ঘেৰিটা , ডিফু আৰু কছুগা‌ৱঁত ল’ৰাৰ বাবে ছাত্ৰা‌ৱাস স্থাপনৰ কাম সম্পূৰ্ণ কৰা হৈছে । বিশ্বনাথ চাৰিআলি, তেজপুৰ, আৰু গু‌ৱাহাটীত এই কাম চলি আছে ।

    সেইদৰে  শি‌ৱসাগৰ, নগাওঁ, শ্ৰীৰামপুৰ , তেজপুৰ , যোৰহাট, ডিব্ৰুগড় আৰু বেহালিত ছো‌ৱালিৰ বাবে ছাত্ৰীনি‌ৱাস ইতমধ্যেই গঢ়ি তোলা হৈছে । নগা‌ৱঁত ছাত্ৰীনি‌ৱাসৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে । অন্যহাতে দুলিয়াজান , টেঙাখাট, দেৰগাওঁ , ৰঙাপাৰা, মাজবাট, কৰতীগ্ৰাম, সোনাৰীত ছাত্ৰীনি‌ৱাস স্তাপনৰ কাম চলি আছে ।  ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰীনি‌ৱাসৰ যোঁজা কৰি থকা হৈছে শি‌ৱসাগৰ জিলাৰ মেজেঙাত আৰু যোৰহাট জিলাৰ ৰৰৈয়াত ।