মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ক্ৰীড়া আৰু যু৮‌ৱকল্যাণ

  • ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(SAI) য়ে মাজে মাজে চাহ জনাজতিৰ খেলু‌ৱৈসকলৰপৰা ভিভিন্ন খেলৰ প্ৰতিভা‌ৱান খেলু‌ৱৈ বাছি উলিয়ায় । এই পদক্ষেপটো‌ৱে সুন্দৰভা‌ৱে কাম কৰিছে আৰু চাহ বাগিছাৰ অঞ্চলসমূহত ইয়ে ক্ৰীড়াসুলভ পৰি‌ৱেশ এটা পঢ়ি তোলাত সহায়ক হৈ পৰিছে । যথেষ্ট সংখ্যক খেলু‌ৱৈয়ে ৰাষ্ট্ৰীয় তথা জাতীয় পৰ্যায়ত পাৰদৰ্শিতা দেখু‌ৱাবলৈ সক্ষম হৈছে । ইয়াৰ পৰিপেক্ষিততে খেলৰ প্ৰতিযোগিতা,কৰ্মশালা, ক্লাব গঠন কৰা আদি কামৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদানৰ আঁচনি যুগুত কৰা হৈছে ।