মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

মহিলা আত্ম সহায়ক গোটলৈ অনুদান

  • লক্ষ্যঃ

    এই আঁচনিৰ মূল উদ্দেশ্য হল চাহজনজাতীয় মহিলাসকলৰ আত্ম সহায়ক গোটৰ যোগেদি ভাৱে অনুদান প্ৰদানৰ বিত্তীয় সহযোগীতা বৃদ্ধি কৰা যাতে তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হৈ পৰিয়ালৰ লগতে নিজৰো জীৱনধাৰণৰ মান উন্নত কৰিব পাৰে।

    পাৰ্থি‌ৱ লক্ষ্যঃ

    পাৰ্থি‌ৱ লক্ষ্য নিৰ্ধাৰিত বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা ধন ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা কমিতিৰ দ্বাৰা অনুদান প্ৰদান কৰা হব।

    ৰূপায়নৰ এজেন্সীৰ নাম

    চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালয়

    বৈশিষ্ট

    ক) আত্ম সহায়ক গোট সমূহ ১০-২০ জন সদস্যৰ দ্বাৰা গঠিত হব লাগিব।

    খ) আত্ম সহায়ক গোট সমূহ জইন্ট ছেক্ৰেটাৰীৰ সুবিধা থকাকৈ বেংক একাউন্ট থাকিব লাগিব।

    হিতাধিকাৰী নিৰ্বাচনৰ অৰ্হতাঃ

    মহকুমা পৰ্যায়ৰ হিতাধিকাৰী নিৰ্বাচন কমিতিয়ে তলত উল্লেখ কৰা ধৰণৰে আত্ম সহায়ক গোট নিৰ্বাচন কৰিবঃ

    ক) আত্ম সহায়ক গোট সমূহ ১০-২০ জন সদস্যৰ দ্বাৰা গঠিত হব লাগিব।

    খ) আত্মসহায়কগোটৰপ্ৰতিজনসদস্যৰবয়স১৮বছৰৰপৰা৫৯বছৰৰভিতৰতহবলাগিব।

    গ) আত্মসহায়কগোটসমূহনিজনিজউন্নয়ণখণ্ডআৰুঅসমৰাজ্যিকগ্ৰাম্যজীৱিকামিছনৰঅধিনৰব্লকমিছনমেনেজমেন্ট(বি.এম.এম.ইউ)ৰদ্বৰানথিভুক্তহবলাগিব।

    ঘ) সকলোসদস্যভাৰতীয়নাগৰিকহোৱাৰলগতেঅসমৰস্থায়ীসদস্যহোৱাতোবাঞ্ছনীয়

    ঙ) সকলোসদস্যচাহজনজাতীয়আৰুপ্ৰক্তনচাহজনজাতিহোৱাতোবাঞ্ছনীয়

    চ) আবেদনপ্ৰ-পত্ৰৰসৈতেসকলোসদস্যৰেফটোগ্ৰাফদাখিলকৰিবলাগিব।

    চ) চাহজনজাতিআৰুপ্ৰক্তনচাহজনজাতিসকলৰজনসংখ্যাৰভিত্তিতঅসমৰসৰ্বমুঠ৪৬টামহকুমাৰপৰাআত্মসহায়কগোটৰসংখ্যানিৰ্ধাৰণকৰাহব।

    ছ) SDWOয়েনিৰ্বাচিতআত্মসহায়কগোটৰতালিকাতেওঁলোকৰপ্ৰস্তাবৰসৈতেসঞ্চালকলৈপ্ৰেৰণকৰিব।আত্মসহায়কগোটৰহিতাধিকাৰীসকলকতেওঁলোকৰঅনুদান DBT পদ্ধতিৰেতেওঁলোকৰনিজনিজবেংকএকাউন্টতজমাদিয়াহব।

    জ) আত্মসহায়কগোটসমূহএবাৰএইআঁচনিৰঅন্তৰ্গতহোৱাৰপিছতকমেওতিনিবছৰলৈআনকোনোঅনুদানৰবাবেগ্ৰহণযোগ্যনহব।

    আঁচনিৰ তদাৰকীকৰণঃ

    এই আঁচনিৰ পৰ্যবেক্ষণ আৰু অগ্ৰগতিৰ SDWO ৰ দ্বাৰা তদাৰক কৰা হব যিয়ে অসম চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকায়লৈখতিয়ান প্ৰেৰণ কৰিব।

    নথি-পত্ৰৰ চোৱাচিতা আৰু তদাৰকীকৰণঃ

    সঞ্চালকে শিক্ষানুষ্ঠানখনৰ APR সহ সম্পূৰ্ণ নথি পত্ৰ চোৱাচিতা কৰিব।

    অগ্ৰগতিৰ খতিয়ান দাখিল

    সঞ্চালকে অগ্ৰগতিৰ খতিয়ানচৰকাৰক দাখিল কৰিব।

    কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ দাখিল

    সঞ্চালকালয়ে কাৰ্যকৰীকৰণৰ প্ৰমাণ পত্ৰ সময়মতে চৰকাৰক দাখিল কৰিব।

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা

    AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা বাৰ্ষিক ভিত্তিতনিয়মীয়াকৈ লেখা পৰীক্ষা কৰা হব যাৰ দ্বাৰা চাহ জনজাতি বিভাগে নিশ্চিত কৰিব যে সময়ে সময়ে চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ সঞ্চালকালৰ একাইন্টৰ AG(লেখা পৰীক্ষা), অসমৰ দ্বাৰা লেখা পৰীক্ষা কৰি থকা হৈছে।

    নিৰ্ধাৰিত সময়ৰ সামৰণিঃ

    প্ৰতিটো বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চ