মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

২০১৭-১৮ বিত্তীয় বৰ্ষত হাতত লো‌ৱা আঁচনিসমূহ

  • ২০১৭-১৮ বৰ্ষৰ বাবে শিতানমতে বাজেটৰ বিভাজন

    ক্ৰমাংকআঁচনিৰ নামটকাৰ পৰিমাণ (লাখ)
    ১.FOIGSৰ অধীনত পা‌ৱাৰ টিলাৰ বিতৰণ১৫০.০০
    ২.চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক-মেট্ৰিক জলপানি৬০০.০০
    ৩.চাহ জনাজাতিৰ শিক্ষাৰ্থীৰ বাবে পোষ্ট মেট্ৰিক জলপানি৩০০.০০
    ৪.উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য৩০০.০০
    ৫.স্বনিয়োজনৰ বাবে ANM  প্ৰশিক্ষণৰ অৰ্থে আৰ্থিক সাহাৰ্য২০০.০০
    ৬.কেন্সাৰ টিবিৰ দৰে  বিপজ্জনক বেমাৰত ভোগা ৰোগাঈক আৰ্থিক সাহাৰ্য৫০.০০
    ৭.GMCH  চৌহদত চাহ জনজাতিৰ লোকৰ বাবে ৰোগীৰ বিশ্ৰামগৃহ১০০.০০
    ৮.ক্ৰীড়া আৰু যু‌ৱকল্যাণ ( খেলৰ প্ৰশিক্ষণৰ বাবে ৭০০ লাখ আৰু CMৰ বাবে ১৫০ লাখ)৮৫০.০০
    ৯.প্ৰশিক্ষণৰ সজুলি আচবাবৰ বাবে১০০.০০
    ১০.ল’ৰাৰ আৰু ছো‌ৱালীৰ আ‌ৱাসৰ বাবে প্ৰয়োজনী আচ-বাব তথা সা-সঁজুলী১০০.০০
    ১১.চাহ জনজাতিৰ বাবে সাম্প্ৰদায়িক কেন্দ্ৰ স্থাপন (SKDCs)২০০.০০
    ১২.গ্ৰাম্য পানী যোগান আঁচনি৫০০.০০
    ১৩.সাংস্কৃতিক অনুষ্ঠানলৈ অনুদান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ পৃষ্ঠপোষকতা১৫০.০০
    ১৪.ASEBৰ দ্বাৰা চাহ চনজাতিৰ কো‌ৱাৰ্টাৰ সমূহত বিদ্যুৎ সংযোগ প্ৰদান কৰা২০০.০০
    ১৫.জনকল্যাণৰ অনানুষ্ঠানিক অনুষ্ঠানলৈ আৰ্থিক সাহাৰ্য৫০.০০
    ১৬. মহিলাৰ আত্ম-সহায়ক গোটলৈ  (@ Rs. ২৫,০০০/- টকাকৈ ১,০০০ জনলৈ)২৫০.০০
    ১৭.শ্বিলঙত গেষ্ট হাউছ নিৰ্মাণ১৪০.০০
    ১৮.১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱব বীমাৰ প্ৰিমিয়াম (ATEPFO)১২০.০০
    ১৯.চাহ জনজাতিৰ শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ১৩ জনলৈ৬৫.০০
    ২০.চাহ জনজাতিৰ দিব্যাংগ লোকলৈ ১০০০ জনক মাত্ৰ এবাৰলৈ প্ৰদান কৰা ২৫০০০ টকাকৈ১০০.০০
    ২১.পৰিয়াল পৰিকল্পনা, নৈতিক সজাগতা, স্বাস্থ্য আৰু শিশু/মানুহ সৰবৰাহৰ বিপক্ষে সজাগতা সৃষ্টিৰ উদ্দেশ্যে১০০.০০
    ২২.গ্ৰন্থ প্ৰকাশ৫.০০
    ২৩.অনলাইনএপ্লিকেশ্যন চিষ্টেম১২০.০০
    ২৪.উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণ১০০.০০
     মুঠ:৪৮৫০.০০

    আবেদন আৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া

    • মহকুমাৰ জনকল্যাণ বিষয়াই প্ৰাৰ্থীৰপৰা আবদেন বিচাৰে আৰু বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাক নিৰ্বাচিত কৰে আৰু তালিকাখন সঞ্চলাকালয়ৰ কাৰ্যালয়ত দাখিল কৰে ।
    • সঞ্চালকালয়ে সেই তালিখাখন SLAC অধ্যক্ষৰদ্বাৰা অনোমোদন কৰো‌ৱায় ।
    • নিৰ্বাচিত উপভোক্তাসকলে আঁচনিবোৰৰ সুবিধা কোনো বিশেষ অনুষ্ঠানযোগে লাভ কৰে (আৰ্থিক সাহাৰ্যৰ ক্ষেত্ৰত ই-ট্ৰেন্সফাৰৰ যোগেদি টকা দিয়া হয় )
     
    ২০১৭-১৮ বৰ্ষত হাতত লো‌ৱা আঁচনিৰ নামউদ্দেশ্যবাজেট (টকাত)পাৰ্তি‌ৱ লক্ষ্য
    চাহ জনজাতিৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক-মেট্ৰিক জলপানিআঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ নোহো‌ৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভা‌ৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া ।৬০০.০০৪৫,০০০ students
    মেট্ৰিক উত্তীৰ্ণ হো‌ৱাৰ পাছৰ জলপানি,আঁচনিখনৰ উদ্দেশ্য হৈছে মেট্ৰিক উত্তীৰ্ণ হো‌ৱা ছাত্ৰ-ছাত্ৰী যিসকল চাহ-জনগোষ্ঠী সম্প্ৰদায়ৰ আৰু আৰ্থিকভা‌ৱে পিছপৰা, তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়া ।৩০০৫,০০০ শিক্ষাৰ্থী
    উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহৰ্যএই আঁচনিখনৰ উদ্দেশ্য হৈছে চাহ-জনগোষ্ঠীৰ শিক্ষাৰ্থীয়ে দেশৰ ভিতৰতে বা দেশৰ বাহিৰত উচ্চ শিক্ষা যেনে IIT, IT, MBBS, MBA, ইঞ্জিনীয়াৰিং আৰু এনে ধৰণৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰম যেনে প্ৰশাসন, চিকিৎসাসে‌ৱা, অভিযান্তিক, গ‌ৱেষণা আদিত পঢ়া-শুনা কৰিবৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।৩০০১,০০০
    উচ্চ শিক্ষাৰ বাবে প্ৰশিক্ষণএই আঁচনিৰ উদ্দেশ্য হৈছে জাহ জনজাতিৰ অন্তৰ্গত দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মেট্ৰিক পৰীক্ষাৰ বাবে আৰু একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰবেশিকা পৰীক্ষা বা তেনেধৰনৰ মেডিকেল আৰু অভিযান্তিক পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাৰ বাবে উপযোগী কৰি তুলিবাৰ বাবে প্ৰশিক্ষণ দিয়া১০০মেট্ৰিক পৰীক্ষাৰ্থী = ২০০০ জন
    (XI – XII শ্ৰেণীৰ বাবে = ১০০০ জন
    XII শ্ৰেণীৰ  (বাছনি পৰীক্ষাৰ বাবে) = ১০০ জন)
    অনলাইন এপ্লিকেশ্যন চিষ্টেমএই আঁচনিৰ উদ্দেশ্য হ’ল চাহ –জনজাতিৰ বাবে নিৰ্ধাৰিত বিভিন্ন আঁচনি, জলপানি, আৰ্থিক সাহাৰ্যৰ সুবিধা ল’বৰ বাবে অতি সহজে যাতে শিক্ষাৰ্থে সকলে আবেদন কৰিব পাৰে আৰু টকা-পইচাৰ ই-ট্ৰেন্সফাৰ প্ৰক্ৰিয়া যাতে সোনকালে হ’ব পাৰে ।১২০ ৪৬ টা মহকুমাতে এই ব্য‌ৱস্থাটো সক্ৰিয় কৰা
    ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱব বীমাৰ প্ৰিমিয়াম (ATEPFO ত যোগদান কৰা)২ লাখ টকা জী‌ৱন-বীমা পাব পৰাকৈ প্ৰধান মন্ত্ৰী জন সুৰক্ষা বীমা যোজনা ৰ অধীনত ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱন বীমাৰ প্ৰিমিয়াম (ATEPFO)১২০ATEPFOৰ লগত ১০ লাখ উপভোক্তা সংলগ্ন হৈছে
    ক্ৰীড়া আৰু যু‌ৱশক্তিৰ বিকাশৰ বাবে১.চাহ জনজাতিৰ প্ৰতিভা‌ৱান ডেকাসকলৰ মাজত ফুটবল জনপ্ৰিয় কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ আন্ত:বাগিছা ফুটবল টুৰ্নামেন্টখন মাণ্ডলিক পৰ্যায়ত খেলো‌ৱা হ’ব ।
    ২. প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ১৬ টা সংকুল ভিত্তিক দল গঠন কৰা হ’ব ।
    ৩. সংকুল ভিত্তিক দলসমূহৰ মাজত ৰাজ্যিক পৰ্যায়ত ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰেৰে খেল খেলো‌ৱা হ’ব ।
    ১৫০.০০১খন ফুটবল টুৰ্নামেন্ট
    ক্ৰীড়া আৰু যু‌ৱশক্তিৰ বিকাশৰ বাবে পৃষ্ঠপোষকতা১. ৰাজ্যখনৰ চাহ জনজাতিৰ ল’ৰা আৰু ছো‌ৱালীৰ বাবে ২খন ফুটবল আৰু ২ খন ধনুৰ্বিদ্যাৰ  একাডেমী স্থাপন কৰা হৈছে
    ২. উদ্দেশ্য হৈছে বিভিন্ন ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰতিভাৰ চিনাক্তকৰণ, প্ৰস্তুতিকৰণ আৰু বিকশিত কৰণ ।
    ৩.ল’ৰাৰ বাবে  ফুটবল আৰু ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ কেন্দ্ৰ ক্ৰমে তেজপুৰ আৰু সোনাপুৰত গঢ়ি তোলা হ’ব ।
    ৪.  ছো‌ৱালীৰ বাবে ফুটবল আৰু ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ কেন্দ্ৰ ডিব্ৰুগড়ত গঢ়ি তোলা হ’ব ।
    ৫. অতি মকেও ৩০জন প্ৰশিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণৰ ওপৰিও পঢ়া-শুনাৰ ব্য‌ৱস্থাৰ লগতে ছাত্ৰা‌ৱাস বা ছাত্ৰীনি‌ৱাসৰ সুবিধা থাকিব ।
    ৭০০.০০২টা ফুটবল আৰু ২টা ধনুৰ্বিদ্যাৰ একাডেমী ( মুঠ প্ৰশিক্ষাৰ্থী ৩০জনকৈ প্ৰতিটো কেন্দ্ৰতে ) মুঠ ১২০ জন ক্ৰীড়া-ব্যক্তিয়ে প্ৰশিক্ষণ ল’ব পাৰিব । .
    কেন্সাৰ বা তেনেধৰণৰ বিপদজনক বেমাৰত ভোগা ব্যক্তিলৈ আৰ্থিক সাহাৰ্যটিবি, কেন্সাৰৰ দৰে বিপদজনক বেমাৰত ভোগা চাহ জনাজাতিৰ ব্যক্তিৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰা৫০৫০০ জন
    সাংস্কৃতিক অনুষ্ঠানলৈ অনুদানসাংস্কৃতিক পৰিচয় ৰক্ষা কৰা, স্থানীয়, ৰাজ্যিক বা মণ্ডল পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান ৰূপায়নৰ বাবে আৰু সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে সাহাৰ্য প্ৰদান কৰা১৫০সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা যেনে নাচ আদি ৩৯ টা মহকুমাত পতা হয় । ৰাজ্যিক ভিত্তিক কৰ্মশালা আৰু প্ৰতিযোগিতা পতা হয় ।
    গ্ৰাম্য পানী-যোগান আঁচনি (গভীৰ দমকল )বিশুদ্ধ আৰু সুৰক্ষিত পানী সে‌ৱনৰ বাবে চাহ বাগিছা অঞ্চলত গভীৰ দমকলৰ যোগান ধৰা৫০০২০টা গভীৰ দমকল
    চাহ কৰ্মীৰ কো‌ৱাৰ্টাৰত বিদ্যুৎ সংযোগ দিয়াৰাজ্যখনৰ পিছপৰা চাহ জনাজতিৰ লোকৰ ঘৰত শক্তি বছো‌ৱা এল.ই.ডি. বাল্বৰ যোগান ধৰা । প্ৰতিটো পৰিয়ালক ৯ ‌ৱাট, ১১ ‌ৱাট আৰু ১৫ ‌ৱাটৰ মুঠ তিনিটাকৈ বাল্ব দিয়া হ’ব২০০মুঠ ১,২১,২০০ টা LED বাল্ব ৪০,৪০০ টা পৰিয়ালক দিয়া হয়
    চাহ জনজাতিৰ বেমাৰীৰ বাবে গু‌ৱাহাটী মেডিকেল কলেজ হাস্পতালত গেষ্ট হাউছৰ ব্য‌ৱস্থা কৰা.মূল উদ্দেশ্য হৈছে গু‌ৱাহাটীত চিকিৎসাৰ বাবে চো‌ৱা চাহ জনজাতিৰ লোকক সুবিধা প্ৰদান কৰা আৰু তেওঁলোকক চিকিৎসাৰ সময়খিনিত থকাৰ সুবিধা দিয়া১০০১ টা বেমাৰীৰ গেষ্ট হাউছ GMCH চৌহদত আছে  (১০০ খন বিচনাযুক্ত)
    শিশু/মান‌ৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবেইয়াৰ মূল উদ্দেশ্য হ’ল চাহ জনজাতিৰ লোকৰ মাজত শিশু/মান‌ৱ সৰবৰাহ, সুস্বাস্থ্য , পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ বাবে  সজাগতা বৃদ্ধি কৰা১০০ 
    ১০০০ জন চাহ জনাজতিৰ দিব্যাংগ লোকক ১০০০০ টকাকৈ সাহাৰ্য প্ৰদান কৰাদোকান দি বা অন্য প্ৰকাৰে স্বা‌ৱলম্বন হ’ব খোজা ১০০০ জন চাহ জনজাতিৰ দিব্যাংগ লোকক আৰ্থিক সাহাৰ্য হিচাপে একককালিন ১০০০০টকা দি টনকীয়াল কৰা।১০০১০০০ জন চাহ জনজাতিৰ দিব্যাংগ লোক