| ক্ৰমিক নং | আঁচনিৰ নাম | সামৰি লোৱা উপভোক্তা |
|---|---|---|
| ১. | প্ৰাক-মেট্ৰিক জলপানি | ৫,২৬,৫৯৪ জন |
| ২. | পোষ্ট মেট্ৰিক জলপানি | ৫,৫৩৯ জন |
| ৩. | উচ্চশিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য | ১২,৫১৩ জন |
| ৪. | ANM/ GNM/B.Sc নাৰ্চিং আৰু পেৰা মেডিকেল পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ | ২,২৩৪ জন |
| ৫. | পৰিয়াল কেন্দ্ৰিক আয় উপাৰ্জন আঁচনি (সাধাৰণ / বিশেষ প্ৰকল্প) | ২,০০,৩২৯ জন |
| পাৱাৰ টিলাৰ (২০১১-১২ ৰপৰা ২০১৪-১৫লৈ) | ১,০২৭জন | |
| গ্ৰাম্য টেক্সী সেৱা আঁচনি (২০১২-১৩ৰপৰা ২০১৩-২০১৪ লৈ) | ৩৭১ জন উপভোক্তা | |
| ৬. | ক্ৰীড়া আৰু যুৱকল্যাণৰ | ১৫,৭০০ জন |
| মুখ্যমন্ত্ৰীৰ আন্ত: বাগিছা ফুটবল টুৰ্ণামেন্ট | ১খন | |
| ৭. | টিবি কেন্সাৰ আদি মাৰাত্মক ৰোগত ভোগা বেমাৰীক সাহাৰ্য দিয়া | ২,৩০৯ জন |
| ৮. | ল’ৰা আৰু ছোৱালীৰ ছাত্ৰাবাস/ছাত্ৰিনিবাস স্থাপন (১৬ টা ল’ৰাৰ আৰু ২৭ টা ছোৱালীৰ) | ৪৩টা |
| ৯. | ৰোগীৰ বিশ্ৰাম গৃহ (ডিব্ৰুগড় আৰু চিলচৰত) | ২ টা |
| ১০. | বিশ্ৰাম গৃহ আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ (RHCC)- গুৱাহাটীত | ১ টা |
| ১১. | RHCC চৌহদত সংগ্ৰহালয় স্থাপন | ১ টা |
| ১২. | সভাকক্ষ নিৰ্মাণ - RHCC চৌহদ, গুৱাহাটীত | ১ টা |
| ১৩. | লাইব্ৰেৰী আৰু সভাকক্ষ্ নিৰ্মাণ ডিব্ৰুগড়ত | ১ টা |
| ১৪. | UNICEF (WASH)ৰ সহযোগত স্বাস্থ্য সন্মত পেছাব-পায়খানা কেন্দ্ৰ | ৩১,০০০টা |
| ১৫. | UNICEF (WASH)ৰ সহযোগত পানীযোগান আঁচনী | - ১৫৯৪ টা উৎস (দমকল -৯৯ TGs - PWSS/পাইপলাইন-২২ TGs) |
| ১৬. | দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ | ৫১ টা |
| ১৭. | বেচৰাকৰী শিক্ষানুষ্ঠানলৈ আৰ্থিক সাহাৰ্য | ৩,২০৬ খন |
| ১৮. | চাহ কৰ্মীৰ কোৱাৰ্টাৰত ব্যক্তিগত ইলেক্ট্ৰিক মিটাৰ স্থাপন | ৪,২০,০৮৭ টা |
| ১৯. | সাংস্কৃতিক কাৰ্য-কলাপ | ১,২৪৯টা |
| ২০. | বেচৰকাৰী সংস্থা | ৭১১ টা |
| ২১. | তাঁতশাল আৰু হস্তকলাৰ উৎপাদন কেন্দ্ৰ স্থাপন | ১০ টা |
| ২২. | লাইব্ৰেৰী আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপন | ১৭ টা |
| ২৩. | তাঁতশাল আৰু হস্তকলাৰ উৎপাদন কেন্দ্ৰ স্থাপন | ১২ টা |
| ২৪. | শ্বিলং অৱস্থিত বিশ্ৰামাগাৰৰ পুন:নিমাণ | ১ টা |