| ক্ৰমাংক | আঁচনি/আঁচনিৰ নাম | বাজেট(লাখত) |
|---|
| | SOPD-Gৰ অন্তৰ্গত | |
| ১. | চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে প্ৰাক-মেট্ৰিক জলপানি | ৬০০.০০ |
| ২. | চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে পোষ্ট-মেট্ৰিক জলপানি | ৩০০.০০ |
| ৩. | উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য | ৩০০.০০ |
| ৪. | স্বনিয়োজনৰ বাবে ANMৰ প্ৰশিক্ষণ | ২০০.০০ |
| ৫. | উচ্চ শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ | ১০০.০০ |
| ৬. | অনলাইন এপ্লিকেছন চিষ্টেম | ১২০.০০ |
| ৭. | ক্ৰীড়া আৰু যুৱকল্যাণ | ৮৫০.০০ |
| ৮. | প্ৰশিক্ষণৰ সামগ্ৰী ক্ৰয় কৰা | ১০০.০০ |
| ৯. | পাৱাৰ টিলাৰ বিতৰণ | ১৫০.০০ |
| ১০. | ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জীৱব বীমাৰ প্ৰিমিয়াম (ATEPFO ত যোগদান কৰা) | ১২০.০০ |
| ১১. | টিবি কেন্সাৰ আদি মাৰাত্মক ৰোগত ভোগা বেমাৰীক সাহাৰ্য দিয়া | ৫০.০০ |
| ১২. | চাহ জনজাতিৰ বেমাৰীৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গেষ্ট হাউছৰ ব্যৱস্থা কৰা. | ১০০.০০ |
| ১৩. | গ্ৰামীণ পানী-যোগান আ্চনি | ৫০০.০০ |
| ১৪. | সাংস্কৃতিক অনুষ্ঠানলৈ অনুদান | ১৫০.০০ |
| ১৫. | ল’ৰা আৰু ছোৱালীৰ আৱসাৰ বাবে ফাৰ্নিছাৰ তথা আচ-বাবৰ সামগ্ৰী ক্ৰয় | ১০০.০০ |
| ১৬. | শ্বিলংস্থিত বিশ্ৰামঘৰৰ মেৰামতি | ১৪০.০০ |
| ১৭. | ASEBৰ দ্বাৰা চাহ মজদুৰৰ কোৱাৰ্টাৰসমূহত বিদ্যুৎতৰ সুবন্দোৱস্ত কৰা | ২০০.০০ |
| ১৮. | জনকল্যাণৰ বাবে বেচৰকাৰী অনুষ্ঠানক অনুদান প্ৰদন | ৫০.০০ |
| ১৯. | চাহ জনজাতিৰ বাবে সাম্প্ৰদায়িক কেন্দ্ৰ স্থাপন | ২০০.০০ |
| ২০. | ১০,০০০/- টকাকৈ মুঠ ২,০০০ টা মহিলা আত্ম-সহায়ক গোটলৈ অনুদান | ২৫০.০০ |
| ২১. | ৫.০০ লাখ টকাকৈ মুঠ ১৩ টা শ্বহীদৰ পৰিয়াললৈ অনুদান প্ৰদান | ৬৫.০০ |
| ২২. | চহ জনজাতিৰ দিব্যাংগ মুঠ ১০০০ পৰিয়াললৈ এককালিনভাৱে ১০০০০/- টকা প্ৰদান | ১০০.০০ |
| ২৩. | শিশু/মানৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে অনুষ্ঠান আয়োজন কৰা | ১০০.০০ |
| ২৪. | গ্ৰন্থ প্ৰকাশ | ৫.০০ |
| ২৫. | ATEWBত খৰছ | ৪৫০.০০ |
| | সৰ্বমুঠ | ৫৩০০.০০ |