ক্ৰমাংক | আঁচনি/আঁচনিৰ নাম | বাজেট(লাখত) |
---|
| SOPD-Gৰ অন্তৰ্গত | |
১. | চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে প্ৰাক-মেট্ৰিক জলপানি | ৬০০.০০ |
২. | চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে পোষ্ট-মেট্ৰিক জলপানি | ৩০০.০০ |
৩. | উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য | ৩০০.০০ |
৪. | স্বনিয়োজনৰ বাবে ANMৰ প্ৰশিক্ষণ | ২০০.০০ |
৫. | উচ্চ শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ | ১০০.০০ |
৬. | অনলাইন এপ্লিকেছন চিষ্টেম | ১২০.০০ |
৭. | ক্ৰীড়া আৰু যুৱকল্যাণ | ৮৫০.০০ |
৮. | প্ৰশিক্ষণৰ সামগ্ৰী ক্ৰয় কৰা | ১০০.০০ |
৯. | পাৱাৰ টিলাৰ বিতৰণ | ১৫০.০০ |
১০. | ১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জীৱব বীমাৰ প্ৰিমিয়াম (ATEPFO ত যোগদান কৰা) | ১২০.০০ |
১১. | টিবি কেন্সাৰ আদি মাৰাত্মক ৰোগত ভোগা বেমাৰীক সাহাৰ্য দিয়া | ৫০.০০ |
১২. | চাহ জনজাতিৰ বেমাৰীৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গেষ্ট হাউছৰ ব্যৱস্থা কৰা. | ১০০.০০ |
১৩. | গ্ৰামীণ পানী-যোগান আ্চনি | ৫০০.০০ |
১৪. | সাংস্কৃতিক অনুষ্ঠানলৈ অনুদান | ১৫০.০০ |
১৫. | ল’ৰা আৰু ছোৱালীৰ আৱসাৰ বাবে ফাৰ্নিছাৰ তথা আচ-বাবৰ সামগ্ৰী ক্ৰয় | ১০০.০০ |
১৬. | শ্বিলংস্থিত বিশ্ৰামঘৰৰ মেৰামতি | ১৪০.০০ |
১৭. | ASEBৰ দ্বাৰা চাহ মজদুৰৰ কোৱাৰ্টাৰসমূহত বিদ্যুৎতৰ সুবন্দোৱস্ত কৰা | ২০০.০০ |
১৮. | জনকল্যাণৰ বাবে বেচৰকাৰী অনুষ্ঠানক অনুদান প্ৰদন | ৫০.০০ |
১৯. | চাহ জনজাতিৰ বাবে সাম্প্ৰদায়িক কেন্দ্ৰ স্থাপন | ২০০.০০ |
২০. | ১০,০০০/- টকাকৈ মুঠ ২,০০০ টা মহিলা আত্ম-সহায়ক গোটলৈ অনুদান | ২৫০.০০ |
২১. | ৫.০০ লাখ টকাকৈ মুঠ ১৩ টা শ্বহীদৰ পৰিয়াললৈ অনুদান প্ৰদান | ৬৫.০০ |
২২. | চহ জনজাতিৰ দিব্যাংগ মুঠ ১০০০ পৰিয়াললৈ এককালিনভাৱে ১০০০০/- টকা প্ৰদান | ১০০.০০ |
২৩. | শিশু/মানৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে অনুষ্ঠান আয়োজন কৰা | ১০০.০০ |
২৪. | গ্ৰন্থ প্ৰকাশ | ৫.০০ |
২৫. | ATEWBত খৰছ | ৪৫০.০০ |
| সৰ্বমুঠ | ৫৩০০.০০ |