মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

গ্ৰাম্য পানী যোগানৰ বাবে আবেদন

চাহ বাগছা নিৰ্বাচনৰ অৰ্হতা

চাহ বাগিছাসমূহ নিৰ্বাচন কৰোতে তলৰ অৰ্হতাসমূহৰ ভিত্তিত কৰা হ'ব –

১) যিকেইখন বাগিছাই এই আআঁচনিটোৰ সুবিধা ল'ব বিচাৰে, তেওঁলোকৰ তাত অন্ত:ত ১০০ জন চাহ-জনজাতীয় লোকে বসবাস কৰিব লাগিব ।

২) অৰ্থনৈতিকভা‌ৱে দু্ৰ্বলচাহ-বাগিছা যিসকলে তেওঁলোকৰ অন্তৰ্গত এলেকাত বসবাস কৰা চাহ জনাজাতিৰ লোকক পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ খো‌ৱাপানী যোগান ধৰিব পৰা নাই তেনে চাহবাগিচাক প্ৰাধান্য দিয়া হ'ব।

ৰূপায়ন:

PHE বিভাগৰ লগত আলোচনা কৰি SLAC য়ে চাহ বাগিছাসমূহ নিৰ্বাচিত কৰিব । চাহবাগিছাই এইক্ষেত্ৰত এখন আপত্তিবিহীন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, যাতে আঁচনিখন ৰূপায়নৰ বাবে সুবিধাজনক হয় । ইযাৰোপৰি বাগিছা কৰ্তৃপক্ষই এই আঁচনি ৰূপায়নৰ পাছত সঠিক চো‌ৱাচিতা আৰু ৰূপায়নৰ বাবে মান্তি হ'ব লাগিব ।