মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়

২০১৭-১৮ বৰ্ষত হাতত লো‌ৱা কাম-কাজ

২০১৭-১৮ বিত্তিয় বৰ্ষৰ আঁচনি ভিত্তিক বাজেটৰ বাবে লো‌ৱা কাম-কাজৰ খতিয়ান

ক্ৰমাংকআঁচনি/আঁচনিৰ নামবাজেট(লাখত)
 SOPD-Gৰ অন্তৰ্গত 
১.চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে প্ৰাক-মেট্ৰিক জলপানি৬০০.০০
২.চাহ জনজাতিৰ শইক্ষাৰ্থীৰ বাবে পোষ্ট-মেট্ৰিক জলপানি৩০০.০০
৩.উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য৩০০.০০
৪.স্বনিয়োজনৰ বাবে ANMৰ প্ৰশিক্ষণ২০০.০০
৫.উচ্চ শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ১০০.০০
৬.অনলাইন এপ্লিকেছন চিষ্টেম১২০.০০
৭.ক্ৰীড়া আৰু যু‌ৱকল্যাণ৮৫০.০০
৮.প্ৰশিক্ষণৰ সামগ্ৰী ক্ৰয় কৰা১০০.০০
৯.পা‌ৱাৰ টিলাৰ বিতৰণ১৫০.০০
১০.১০ লাখ উপভোক্তাৰ ১২ টকাকৈ জী‌ৱব বীমাৰ প্ৰিমিয়াম (ATEPFO ত যোগদান কৰা)১২০.০০
১১.টিবি কেন্সাৰ আদি মাৰাত্মক ৰোগত ভোগা বেমাৰীক সাহাৰ্য দিয়া৫০.০০
১২.চাহ জনজাতিৰ বেমাৰীৰ বাবে গু‌ৱাহাটী মেডিকেল কলেজ হাস্পতালত গেষ্ট হাউছৰ ব্য‌ৱস্থা কৰা.১০০.০০
১৩.গ্ৰামীণ পানী-যোগান আ্চনি৫০০.০০
১৪.সাংস্কৃতিক অনুষ্ঠানলৈ অনুদান১৫০.০০
১৫.ল’ৰা আৰু ছ‌ো‌ৱালীৰ আ‌ৱসাৰ বাবে ফাৰ্নিছাৰ তথা আচ-বাবৰ সামগ্ৰী ক্ৰয়১০০.০০
১৬.শ্বিলংস্থিত বিশ্ৰামঘৰৰ মেৰামতি১৪০.০০
১৭. ASEBৰ দ্বাৰা চাহ মজদুৰৰ কো‌ৱাৰ্টাৰসমূহত বিদ্যুৎতৰ সুবন্দো‌ৱস্ত কৰা২০০.০০
১৮.জনকল্যাণৰ বাবে বেচৰকাৰী অনুষ্ঠানক অনুদান প্ৰদন৫০.০০
১৯.চাহ জনজাতিৰ বাবে সাম্প্ৰদায়িক কেন্দ্ৰ স্থাপন২০০.০০
২০.১০,০০০/- টকাকৈ মুঠ ২,০০০  টা মহিলা আত্ম-সহায়ক গোটলৈ অনুদান২৫০.০০
২১.৫.০০ লাখ টকাকৈ মুঠ ১৩ টা শ্বহীদৰ পৰিয়াললৈ অনুদান প্ৰদান৬৫.০০
২২.চহ জনজাতিৰ দিব্যাংগ  মুঠ ১০০০ পৰিয়াললৈ এককালিনভা‌ৱে ১০০০০/- টকা প্ৰদান১০০.০০
২৩.শিশু/মান‌ৱ সৰবৰাহ, পৰিয়াল পৰিকল্পনা , নৈতিক অধিকাৰ আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে অনুষ্ঠান আয়োজন কৰা১০০.০০
২৪.গ্ৰন্থ প্ৰকাশ৫.০০
২৫. ATEWBত খৰছ৪৫০.০০
 সৰ্বমুঠ৫৩০০.০০