মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

বিদ্যুৎ সংযোগৰ বাবে আবেদন

উপভোক্তা নিৰ্বাচনৰ বাবে অৰ্হতা:

উপভোক্তা নিৰ্বাচনৰ বাবে তলৰ যোগ্যতাসমূহ ধাৰ্য কৰা হৈছে –

  • অসমৰ নাগৰিক হ'ব লাগিব।
  • TGL জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিলে কে‌ৱল চাহ জনজাতি আৰু প্ৰাক্তন জনজাতিৰ পৰিয়ালকহে সামৰি লো‌ৱা হ'ব ।
  • উপভোক্তা নিৰ্বাচনত বিধ‌ৱা বা নাৰী পৰিচালিত পৰিয়ালক, বা দিব্যাংগসকল বা অতি দুখীয়া লোককহে বাকী সকলৰ তুলনাত ক্ষেত্ৰত প্ৰাধান্য দিয়া হ'ব।

ৰূপায়ন

APDCLৰ যোগেদি কাৰ্যকৰী কৰা হ'ব । মহকুমাবোৰত চাহ জনজাতিৰ জনসংখ্যাৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি LED বাল্বসমূহৰ বিতৰণ ৪৬টা মহকুমাত কৰা হ'ব । মহকুমাৰ উপভোক্তা নিৰ্বাচন সমিতিয়ে চাহ বাগিছা কৰ্তৃপক্ষৰ লগত আলোচনা কৰি উপভোক্তাসমূহ চিনাক্ত কৰিব আৰু তালিকাখন সঞ্চলকালয়লৈ প্ৰেৰণ কৰিব।