মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ চাহ জনজাতি জনকল্যাণ সঞ্চালকালয়

গ্ৰাম্য পানী যোগানৰ বাবে আবেদন

চাহ বাগছা নিৰ্বাচনৰ অৰ্হতা

চাহ বাগিছাসমূহ নিৰ্বাচন কৰোতে তলৰ অৰ্হতাসমূহৰ ভিত্তিত কৰা হ'ব –

১) যিকেইখন বাগিছাই এই আআঁচনিটোৰ সুবিধা ল'ব বিচাৰে, তেওঁলোকৰ তাত অন্ত:ত ১০০ জন চাহ-জনজাতীয় লোকে বসবাস কৰিব লাগিব ।

২) অৰ্থনৈতিকভা‌ৱে দু্ৰ্বলচাহ-বাগিছা যিসকলে তেওঁলোকৰ অন্তৰ্গত এলেকাত বসবাস কৰা চাহ জনাজাতিৰ লোকক পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ খো‌ৱাপানী যোগান ধৰিব পৰা নাই তেনে চাহবাগিচাক প্ৰাধান্য দিয়া হ'ব।

ৰূপায়ন:

PHE বিভাগৰ লগত আলোচনা কৰি SLAC য়ে চাহ বাগিছাসমূহ নিৰ্বাচিত কৰিব । চাহবাগিছাই এইক্ষেত্ৰত এখন আপত্তিবিহীন প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, যাতে আঁচনিখন ৰূপায়নৰ বাবে সুবিধাজনক হয় । ইযাৰোপৰি বাগিছা কৰ্তৃপক্ষই এই আঁচনি ৰূপায়নৰ পাছত সঠিক চো‌ৱাচিতা আৰু ৰূপায়নৰ বাবে মান্তি হ'ব লাগিব ।