I am now accessing as a :

Government Of Assam Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ক্ৰীড়া আৰু যু৮‌ৱকল্যাণ

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(SAI) য়ে মাজে মাজে চাহ জনাজতিৰ খেলু‌ৱৈসকলৰপৰা ভিভিন্ন খেলৰ প্ৰতিভা‌ৱান খেলু‌ৱৈ বাছি উলিয়ায় । এই পদক্ষেপটো‌ৱে সুন্দৰভা‌ৱে কাম কৰিছে আৰু চাহ বাগিছাৰ অঞ্চলসমূহত ইয়ে ক্ৰীড়াসুলভ পৰি‌ৱেশ এটা পঢ়ি তোলাত সহায়ক হৈ পৰিছে । যথেষ্ট সংখ্যক খেলু‌ৱৈয়ে ৰাষ্ট্ৰীয় তথা জাতীয় পৰ্যায়ত পাৰদৰ্শিতা দেখু‌ৱাবলৈ সক্ষম হৈছে । ইয়াৰ পৰিপেক্ষিততে খেলৰ প্ৰতিযোগিতা,কৰ্মশালা, ক্লাব গঠন কৰা আদি কামৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদানৰ আঁচনি যুগুত কৰা হৈছে ।