I am now accessing as a :

Government Of Assam Tea Tribes and Adivasi Welfare Department Directorate of Tea Tribes and Adivasi Welfare

ল’ৰা আৰু ছো‌ৱালীৰ বাবে ছাত্ৰা ৱাস তথা ছাত্ৰীনি‌ৱাস

ল’ৰা আৰু ছো‌ৱালীৰ বাবে আছুতীয়া আ‌ৱাস ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত গঢ়ি তোলা হৈছে । চিলচৰ, হাইলাকান্দি,কৰিমগঞ্জ, শ্ৰীৰামপুৰ , গোঁসাইগাওঁ, মৰাণ, মাৰ্ঘেৰিটা , ডিফু আৰু কছুগা‌ৱঁত ল’ৰাৰ বাবে ছাত্ৰা‌ৱাস স্থাপনৰ কাম সম্পূৰ্ণ কৰা হৈছে । বিশ্বনাথ চাৰিআলি, তেজপুৰ, আৰু গু‌ৱাহাটীত এই কাম চলি আছে ।

সেইদৰে  শি‌ৱসাগৰ, নগাওঁ, শ্ৰীৰামপুৰ , তেজপুৰ , যোৰহাট, ডিব্ৰুগড় আৰু বেহালিত ছো‌ৱালিৰ বাবে ছাত্ৰীনি‌ৱাস ইতমধ্যেই গঢ়ি তোলা হৈছে । নগা‌ৱঁত ছাত্ৰীনি‌ৱাসৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে । অন্যহাতে দুলিয়াজান , টেঙাখাট, দেৰগাওঁ , ৰঙাপাৰা, মাজবাট, কৰতীগ্ৰাম, সোনাৰীত ছাত্ৰীনি‌ৱাস স্তাপনৰ কাম চলি আছে ।  ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰীনি‌ৱাসৰ যোঁজা কৰি থকা হৈছে শি‌ৱসাগৰ জিলাৰ মেজেঙাত আৰু যোৰহাট জিলাৰ ৰৰৈয়াত ।